/usr/share/help/as/gnome-help/gs-use-system-search.page is in gnome-getting-started-docs-as 3.18.2-1ubuntu1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 | <?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" xmlns:ui="http://projectmallard.org/experimental/ui/" xmlns:its="http://www.w3.org/2005/11/its" type="topic" style="ui" id="gs-use-system-search" xml:lang="as">
<info>
<include xmlns="http://www.w3.org/2001/XInclude" href="gs-legal.xml"/>
<credit type="author">
<name>ইয়াকুব স্টাইনাৰ</name>
</credit>
<credit type="author">
<name>পিটাৰ ক'ভাৰ</name>
</credit>
<link type="guide" xref="getting-started" group="tasks"/>
<link type="seealso" xref="shell-apps-open"/>
<link type="next" xref="gs-get-online"/>
</info>
<media its:translate="no" type="image" mime="image/svg" src="gs-search1.svg" width="100%"/>
<steps>
<item>
<key href="help:gnome-help/keyboard-key-super">Super</key> কি টিপি <gui>কাৰ্য্যসমূহ অভাৰভিউ</gui> খোলক। সন্ধান কৰিবলৈ টাইপ কৰা আৰম্ভ কৰক।
আপুনি টাইপ কৰি থাকোতে আপোনাৰ টাইপ কৰা সৈতে মিল খোৱা ফলাফলসমূহ উপস্থিত হব। প্ৰথম ফলাফল সদায় উজ্জ্বল থাকে আৰু ওপৰত দেখুৱা হয়।
প্ৰথম উজ্জ্বল ফলাফললৈ যাবলৈ <key> Enter</key> টিপক।
</item>
</steps>
<media its:translate="no" type="image" mime="image/svg" src="gs-search2.svg" width="100%"/>
<steps style="continues">
<item>
সন্ধান ফলাফলসমূহত উপস্থিত হব পৰা বস্তুবোৰত অন্তৰ্ভুক্ত হ'ব পাৰে:
<list>
<item>
মিল থকা এপ্লিকেচনসমূহ, সন্ধান ফলাফলসমূহৰ ওপৰত দেখুৱা হয়,
</item>
<item>
মিল থকা সংহতিসমূহ,
</item>
<item>
মিল থকা পৰিচয়সমূহ, আৰু
</item>
<item>
মিল থকা দস্তাবেজসমূহ।
</item>
</list>
</item>
<item>
সন্ধান ফলাফলসমূহত, যাবলৈ বিচৰা বস্তুত ক্লিক কৰক।
বিকল্পভাৱে, এৰ' কিসমূহ ব্যৱহাৰ কৰি এটা বস্তু উজ্জ্বল কৰক আৰু <key>Enter</key> টিপক।
</item>
</steps>
চিস্টেম সন্ধানে বিভিন্ন এপ্লিকেচনৰ পৰা ফলাফলসমূহ একত্ৰিত কৰে। সন্ধান ফলাফলসমূহৰ বাঁও- ফালে, আপুনি সন্ধান ফলাফলসমূহ দেখুৱা এপ্লিকেচনসমূহৰ আইকন দেখি পাব। সেই আইকনৰ সৈতে জড়িত এপ্লিকেচনৰ ভিতৰৰ পৰা সন্ধান পুনাৰম্ভ কৰিবলৈ আইকসমূহৰ এটাত ক্লিক কৰক। যিহেতু কেৱল উত্তম মিলসমূহ <gui>কাৰ্য্যসমূহ অভাৰভিউ</gui> ত দেখুৱা হয়, এপ্লিকেচনৰ ভিতৰৰ পৰা সন্ধান কৰিলে আপুনি অধিক ভাল সন্ধানৰ ফলাফল পাব পাৰে।
<media its:translate="no" type="image" mime="image/svg" src="gs-search-settings.svg" width="100%"/>
<note style="important">
GNOME এ আপোনাক <gui>Activities Overview</gui> ত সন্ধান ফলাফলসমূহত আপুনি কি প্ৰদৰ্শন কৰাব বিচাৰে স্বনিৰ্বাচন কৰাৰ সুবিধা দিয়ে। উদাহৰণস্বৰূপ, আপুনি ৱেবছাইটসমূহ, ফ'টোসমূহ, অথবা সংগীতৰ মাজত কি দেখাব বিচাৰে নিৰ্বাচন কৰিব পাৰে।
</note>
<steps>
<item>
Click the <gui xref="shell-introduction#yourname">system menu</gui>
on the right side of the top bar.
</item>
<item>
Click the settings button at the bottom left of the menu.
</item>
<item>
Click the <gui>Search</gui> panel.
</item>
<item>
সন্ধান অৱস্থানসমূহৰ তালিকাৰ পৰা, আপুনি সামৰ্থবান অথবা অসামৰ্থবান কৰিব বিচৰা সন্ধান অৱস্থানৰ কাষত <gui>ON/OFF</gui> চুইচ ক্লিক কৰক।
</item>
</steps>
</page>