/usr/share/help/as/gnome-help/backup-how.page is in gnome-user-docs-as 3.28.1-0ubuntu1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 | <?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" type="topic" style="task" id="backup-how" xml:lang="as">
<info>
<link type="guide" xref="backup-why"/>
<revision pkgversion="3.4.0" date="2012-02-19" status="review"/>
<revision pkgversion="3.13.92" date="2014-09-20" status="review"/>
<credit type="author">
<name>টিফানি এন্টপলস্কি</name>
<email>tiffany.antopolski@gmail.com</email>
</credit>
<credit>
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
<email>gnome-doc-list@gnome.org</email>
</credit>
<credit type="editor">
<name>মাইকেল হিল</name>
<email>mdhillca@gmail.com</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
<desc>আপোনাৰ মূল্যবান ফাইলসমূহ আৰু সংহতিসমূহক ক্ষতিৰ পৰা ৰক্ষা কৰাৰ বাবে কপি বনাবলৈ Déjà Dup (অথবা অন্য বেকআপ এপ্লিকেচন) ব্যৱহাৰ কৰক।</desc>
</info>
আপোনাৰ ফাইল আৰু সংহতিসমূহ বেক আপ কৰাৰ আটাইতকৈ সহজ পদ্ধতি হল এটা বেক আপ এপ্লিকেচনক আপোনাৰ বাবে বেকআপ প্ৰক্ৰিয়া ব্যৱস্থাপনা কৰিবলৈ দিয়া। বিভিন্ন ধৰণ বেকআপ এপ্লিকেচন উপলব্ধ আছে, উদাহৰণস্বৰূপ <app>Déjà Dup</app>।
আপোনাৰ নিৰ্বাচন কৰা বেকআপ এপ্লিকেচনৰ বাবে সহায় আপোনাক বেকআপৰ বাবে আপোনাৰ পছন্দসমূহ সংহতি কৰাৰ, আৰু লগতে কিধৰণে আপোনাৰ তথ্য পুনৰুদ্ধাৰ কৰিব তাৰ বিষয়ে সহায় কৰিব।
এটা অন্য বিকল্প হল এটা সুৰক্ষিত অৱস্থানলৈ, যেনে এটা বহিৰ্তম হাৰ্ড ড্ৰাইভ, নেটৱাৰ্কত অন্য কমপিউটাৰ, অথবা এটা USB ড্ৰাইভলৈ <link xref="files-copy">আপোনাৰ ফাইলসমূহ কপি</link> কৰা। আপোনাৰ <link xref="backup-thinkabout">ব্যক্তিগত ফাইলসমূহ</link> আৰু সংহতিসমূহ সাধাৰণত আপোনাৰ ঘৰ ফোল্ডাৰত থাকে, যাতে আপুনি সিহতক তাৰ পৰা কপি কৰিব পাৰে।
আপুনি বেকআপ লব পৰা তথ্যৰ পৰিমাণ সংৰক্ষণ ডিভাইচৰ আকাৰ দ্বাৰা সীমিত। যদি আপোনাৰ বেকআপ ডিভাইচত স্থান উপলব্ধ আছে, নিম্নলিখিত ব্যতিক্ৰমৰ সৈতে সম্পূৰ্ণ ঘৰ ফোল্ডাৰৰ বেকআপ লোৱাটো উত্তম:
<list>
<item>
ফাইলসমূহ যি ইতিমধ্যে অন্য ঠাইত বেকআপ লোৱা আছে, যেনে এটা CD, DVD, অথবা অন্য আতৰাব পৰা মাধ্যম।
</item>
<item>
Files that you can recreate easily. For example, if you are a
programmer, you do not have to back up the files that get produced when you
compile your programs. Instead, just make sure that you back up the original
source files.
</item>
<item>
আবৰ্জনা ফোল্ডাৰত যিকোনো ফাইল। আপোনাৰ আবৰ্জনা ফোল্ডাৰ <file>~/.local/share/Trash</file> ত পোৱা যাব।
</item>
</list>
</page>